আখৰ কীব'ৰ্ড চাৰ্ট

চাৰিটা সজ্জা — প্ৰতিটো কীয়ে কি লিখে, Shift-ৰ সৈতে কি হয়, আৰু যুক্তাক্ষৰ কেনেকৈ লিখিব।

← সাইটলৈ ঘূৰি যাওক

আপোনাৰ কীব'ৰ্ডত টিপক — চাৰ্টত সেই কীটো জিলিকিব।
ব্যঞ্জন স্বৰবৰ্ণ কাৰ, ফলা আৰু চিন লিংক / ৰেফ জোৰা নালাগা ব্যঞ্জন (Shift)

চাৰ্টখন আখৰৰ নিজা ইঞ্জিনৰ পৰা বনোৱা — উদাহৰণবোৰ সেই ইঞ্জিনেৰে টাইপ কৰি পোৱা ফল। আখৰ এপ আৰু Keyman কীব'ৰ্ডে একেই নিয়ম মানে।